Poetry

Words I write

ভুইকপেও সলাব নোৱাৰা কথাবোৰ

ভুইকপেও সলাব নোৱাৰা কথাবোৰ

কথাবোৰ একেই আছে ।  এৰা, ভুইকপেও সলাব নোৱাৰা কথাবোৰ একেই আছে ।

চিলনীৰ জীয়েকৰ সাধু

চিলনীৰ জীয়েকৰ সাধু

চিলনীৰ জীয়েকে চুলি মেলি ৰ'দ পুৱাই ।  ৰ'দ পুৱাওঁতে সদাগৰৰ কথা ভাবিব কিয়, নিজৰ কথাও আছে ভাবিবলে । ........

আই আৰু মোৰ আড্ডা

আই আৰু মোৰ আড্ডা

আই আৰু মই আড্ডাবাজ মানুহ । আবেলি আবেলি বাৰাণ্ডাত বহি আড্ডা দিয়া আমাৰ বহুদিনীয়া অভ্যাস।  .........

ভূতে পোৱা মানুহ

ভূতে পোৱা মানুহ

আখৰাৰ পৰা উভটি আহোঁতে  সেইদিনা সিহঁত দুটা হাবিডৰাৰ মাজতে অলপ ৰৈছিল । ........

ছোঁ হোৱাই ভাল

ছোঁ হোৱাই ভাল

কেতিয়াবা ভাবো ছোঁ হোৱাই ভাল, কোনেও নোসোধে এইটো আকৌ তই কি পিন্ধিলি ! .......

দম লাগিব ভাই  দম !

দম লাগিব ভাই দম !

দম লাগিব ভাই দম ! চৰকাৰ বাহাদুৰেও বিৰোধিতা কৰা প্ৰেম কৰিবলৈ দম লাগিব। ...... (পুৰুষতান্ত্ৰিক মানসিকতাৰ প্ৰত্যেকজন ব্যক্তিলৈ মোৰ বুঢ়া আঙুলি। দম নাইকীয়া বোৰলৈ ।)